আত্মানুসন্ধান

“If you wear a mask long enough, it becomes your face………”

মানুহৰ জীৱনটো নিজস্ব ভাৱে এটা প্ৰক্ৰিয়া নহয়, বৰঞ্চ এটা বৃহৎ প্ৰক্ৰিয়াৰ অংশহে । এক বিশেষ সময়ত মানুহৰ বৌদ্ধিক আৰু সামাজিক অৱস্থিতি হ’ল আত্মজ প্ৰজ্ঞতা আৰু আৰ্থ-সামাজিক চাহিদাৰ আলেখ-ৰেখাৰ প্ৰতিচ্ছেদ বিন্দু ।মানুহৰ আত্মজ প্ৰজ্ঞতাৰ আলেখ-ৰেখাডাল অবিৰতভাৱে উৰ্দ্ধমুখী হলেও চাহিদাৰে সময়োজিত আলেখ-ৰেখাৰ অনিশ্বয়তা থাকে ।

যেনেকৈ, আৰ্থ-সামাজিক শক্তিৰ আনুস্থানিক প্ৰকাশ আৰু ৰাজনৈতিক বিকল্পবিলাকৰ পুনৰাবৃত্তিয় গনিতেই নিৰ্ণয় কৰে গনতন্ত্ৰৰ অংক ।

আত্মজ প্ৰজ্ঞতাৰ আলেখ-ৰেখা চিৰন্তন আৰু সংঘাত মুক্ত, কিন্তু তাৰ পৰিস্থিতি-সাপেক্ষ অসংগত সামাজিক প্ৰকাশ হ’ল অনুকুল প্ৰচাৰধৰ্মিতাৰ প্ৰযুক্ত ৰূপ । কিন্তু, আত্মজ প্ৰজ্ঞতাৰ নিৰংকুশ আত্মপ্ৰকাশতহে আছে সুসংগত অভিব্যক্তি আৰু জীৱনৰ পৰিপূৰ্ণতা ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.